independenceday-2016

Press Information Bureau

Government of India

Prime Minister's Office

স্বাধীনতা দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On :15, August 2017 06:34 IST

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ আজি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে আজি কয়, ‘‘স্বাধীনতা দিৱসৰ এই শুভক্ষণত সমূহ দেশবাসীলৈ বহুতো শুভেচ্ছা জনাইছো৷ জয় হিন্দ!’’

***


AKT/SH/Rang